Translations
LinguaLibre:About/12/as
লিংগুয়া লিব্ৰে' হৈছে ৱিকিমিডিয়া ফ্ৰান্স সংস্থাৰ এটা প্ৰকল্প যিয়ে বিনামূলীয়া অনুজ্ঞাপত্ৰৰ অধীনত এটা সহযোগী, বহুভাষিক, শ্ৰৱণ-শ্ৰাব্য কৰ্পাছ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে যাতে:
- জ্ঞান সম্প্ৰসাৰণ ভাষাৰ বিষয়ে আৰু 'ভাষাত' ৱেবত, ৱিকিমিডিয়া প্ৰকল্পত আৰু বাহিৰত দৃশ্য-শ্ৰাব্য পদ্ধতিৰে ;
- '''অনলাইন ভাষা সম্প্ৰদায়'ৰ বিকাশত সহায় কৰা — বিশেষকৈ দুৰ্বলভাৱে সম্পন্ন, সংখ্যালঘু, আঞ্চলিক, মৌখিক বা সাংকেতিক ভাষাৰ — যাতে সম্প্ৰদায়সমূহক অনলাইন তথ্য লাভ কৰাত সহায় কৰিব পাৰি আৰু নিশ্চিত কৰিব পাৰি এই সম্প্ৰদায়সমূহৰ ভাষাসমূহৰ সজীৱতা।